Home বিশ্বআত্মঘাতী বিস্ফোৰণত কঁপিল আফগানিস্তান

আত্মঘাতী বিস্ফোৰণত কঁপিল আফগানিস্তান

by News Desk
58 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ৰমজানৰ আৰম্ভণিৰ দিনটোতে সন্ত্ৰাসবাদীৰ নৃশংসতাত কঁপিল আফগানিস্তান৷ দেশখনৰ খোষ্ট চহৰত এক আত্মঘাতী গাড়ীৰ বিস্ফোৰণত প্ৰায় ১৮ গৰাকী লোকৰ মৃত্যু৷

তালিবানে এই আক্ৰমণৰ দায়িত্ব লোৱা বুলি দেশখনৰ আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ নিহত লোকসকলৰ ভিতৰত শিশুও আছে৷ উল্লেখযোগ্য যে আজিৰ পৰা দেশখনত আৰম্ভ হৈছে ৰমজান মাহ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0