ধৰ্ম নহয়, একতাৰেহে ৰাজনীতিঃ কাৰ্বি আংলঙত বিজেপিৰ কুচকাৱাজ

Home ৰাজ্যধৰ্ম নহয়, একতাৰেহে ৰাজনীতিঃ কাৰ্বি আংলঙত বিজেপিৰ কুচকাৱাজ

ধৰ্ম নহয়, একতাৰেহে ৰাজনীতিঃ কাৰ্বি আংলঙত বিজেপিৰ কুচকাৱাজ

by News Desk
61 views
A+A-
Reset

খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধিনত থকা পৰিষদীয় ৬ নং বিথুং-ৰেংথেমা সমষ্টিৰ বিভিন্ন প্ৰান্তত আন আন ৰাজনৈতিক দলৰ সমান্তৰালকৈ শাসক দল বিজেপিয়ে সমষ্টিটোৰ বিভিন্ন স্থানত যুদ্ধকালীনভাৱে নিৰ্বাচনৰ প্ৰস্তুতি চলাইছে৷ বিগত দুদিন ধৰি সমষ্টিবাসীয়ে বিজেপিৰ পৰিষদীয় বিথুং-ৰেংথেমা সমষ্টিৰ প্ৰাৰ্থী তথা কাৰ্বি পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্য্যবাহী সদস্য তুলিৰাম ৰংহাঙক সমষ্টিটোৰ ভিন্ন স্থানত স্থাপন কৰা বিজেপি অস্থায়ী কাৰ্য্যালয়ত উষ্ম আদৰণি জনোৱাৰ সমান্তৰালকৈ বিজেপিৰ অস্থায়ী কাৰ্য্যালয়সমুহৰ দুৱাৰ মুকলি কৰে ৰংহাঙৰ দ্বাৰা৷

উল্লেখযোগ্য যে বিজেপি প্ৰভাৱশালী নেতা, কৰ্মী আৰু সমৰ্থকৰ সৈতে দলে-বলে যোৱা ৰংহাঙে কাৰ্বি পাহাৰ গেৰুৱাকৰণৰ লক্ষ্যৰে পৰিষদীয় ৬ নং বিথুং-ৰেংথেমা সমষ্টিৰ অন্তৰ্গত গাৰো গাওঁ অঞ্চলত আয়োজিত আদৰণি আৰু অস্থায়ী কাৰ্য্যালয়ৰ দুৱাৰ মুকলি অনুষ্ঠানত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক উদ্দেশ্যি কয় যে “দেশত, ৰাজ্যত অথবা কাৰ্বি আংলঙত বিভিন্ন ধৰ্মাৱলম্বীলোকক একেলগে লৈ সমিলমিলেৰেহে বিজেপিয়ে ৰাজনীতি কৰিছে, বিজেপিয়ে ধৰ্মক লৈ অথবা ধৰ্মৰ নামত প্ৰাৰ্থক্য আনি সুকীয়া দৃষ্টিৰে উন্নয়ণ আৰু বিকাশৰ কৰিম বুলি ৰাজনীতি কৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0