64
অভয়াপুৰীঃ বঙাইগাওঁ জিলাৰ অভয়াপুৰীৰ সমীপৱৰ্তী শিৱপুৰত ভাগিনীয়েকে মোমায়েকক দাৰে ঘপিয়াই আহত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
ভাগিনীয়েকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত মোমায়েক বলেন দাসক ততাতৈয়াকৈ অভয়াপুৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।