73
যোৰহাটঃ মঙলবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফলত ৰাজ্যৰ ভিতৰতে ৫গৰাকী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনে যোৰহাট জিলালৈ।
কলা শাখাত যোৰহাট নগৰৰ ক্ৰিচেণ্ট একাডেমীৰ দুগৰাকীকৈ ছা্ত্ৰীয়ে স্থান লাভ কৰিবলৈ সমৰ্থ হয়। এই ছাত্ৰী দুগৰাকী হৈছে সুগন্ধি নেওগ আৰু অনন্যা লিজা দত্ত। সুগন্ধিয়ে ৪৭১ নম্বৰেৰে সপ্তম আৰু অনন্যা লিজাই ৪৬৮ নম্বৰেৰে দশম স্থান দখল কৰে।