49
ডিজিটেল ডেস্কঃ ছ’চিয়েল নেটৱৰ্কিং ছাইটত নৰেন্দ্ৰ মোদীৰ লোকপ্ৰিয়তাৰ তুলনা নাই। ভাৰতীয় প্ৰধানমন্ত্ৰীজনৰ ভাৰ্ছুৱেল জনপ্ৰিয়তাক সাত শতৰুৱেও স্বীকাৰ কৰিব লাগিব।
ফেচবুক, টুইটাৰ আদিৰ মাধ্যমেৰে নৱ প্ৰজন্মৰ লগত নিকট সম্পৰ্ক ৰক্ষা কৰা মোদীৰ দক্ষতা ৰাজনৈতিক দিশতো প্ৰমাণিত হৈছে। তথাপি কিন্তু বিদেশী সাংবাদিকৰ বাবে মোদী ‘অচিনাকি’।