Home ৰাজ্যসত্ৰাধিকাৰ বনমালী গোস্বামীৰ দেহাৱসান

সত্ৰাধিকাৰ বনমালী গোস্বামীৰ দেহাৱসান

by News Desk
A+A-
Reset
o-NEAR-DEATH-EXPERIENCE-facebook

নগাঁওঃ নগাওঁ জিলাৰ হাতীচোং মৌজাৰ মাজ-জাজৰি শ্ৰী শ্ৰী আহতগুৰি নুমলি সত্ৰৰ সত্ৰাধিকাৰ বনমালী গোস্বামীৰ বৃহস্পতিবাৰে নিশা প্ৰায় এক বজাত মাজগাঁৱৰ নিজা বাসভৱনত দেহাৱসান ঘটে। বিয়োগৰ সময়ত সত্ৰাধিকাৰগৰাকীৰ বয়স হৈছিল ৮৪ বছৰ৷

সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক গোস্বামী বিভিন্ন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল। তদুপৰি তেওঁ অসমৰ অন্যতম বৃহৎ ধৰ্মীয় অনুষ্ঠান অসম সত্ৰ মহাসভাৰ আজীৱন সদস্য আছিল ৷ বৃহত্তৰ জাজৰি অঞ্চলত সত্ৰীয়া কলা-সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰত বিশেষ অৰিহণা যোগাই অহা গোস্বামীয়ে মৃত্যুৰ সময়ত পত্নীৰ লগতে পুত্ৰ-কন্যা, বোৱাৰী,নাতি-নাতিনী আৰু বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ যায় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0