63
গুৱাহাটীঃ সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত সেৱাব্ৰত বৰুৱালৈ মহানন্দ শৰ্মাক এনাজৰী বঁটা প্ৰদান কৰা হয়। ভ্ৰাম্যমাণ নাট্য জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে বৰুৱাক এই বঁটা প্ৰদান।
আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক সৌষ্ঠৱপুৰ্ণ পৰিৱেশত বৰুৱালৈ এই বঁটা প্ৰদান কৰা হয়।