Home গুৱাহাটীছিটা দিবলৈ গৈ আক্ৰমণৰ বলি স্বাস্থ্যকর্মী

ছিটা দিবলৈ গৈ আক্ৰমণৰ বলি স্বাস্থ্যকর্মী

by News Desk
60 views
A+A-
Reset

গুৱাহাটীঃ ছিটা দিয়াক লৈ বিয়পা উৰাবাতৰিৰ বাবে স্কুলৰপৰা ছাত্ৰ-ছাত্ৰী পলায়ন কৰাৰ বাতৰিয়ে ৰাজ্যখনৰ শিশু সুস্বাস্থ্য সুনিশ্চিত কৰাৰ ক্ষেত্ৰত জন সজাগতাৰ দিশটো কিমান তাৎপৰ্যপূৰ্ণ, সেয়া প্ৰমাণিত কৰাৰ পিছতে এচামে আকৌ এই আতংকৰ অচিলা লৈয়ে স্বাস্থ্যকৰ্মীক অপদস্থ কৰাৰ খবৰ পোৱা গৈছে। 

প্ৰাপ্ত খবৰ মতে, বুধবাৰে বেজী আতংকক কেন্দ্ৰ কৰি হাইলাকান্দি জিলাৰ লালাত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনত কৰ্মৰত ডাক্তৰ আৰু পেৰামেডিকেল কৰ্মচাৰী সকলক এটা দুষ্ট চক্ৰই চোকা অস্ত্ৰৰে আক্ৰমণ চলাই আহত কৰে। আক্ৰমণৰ বলি হোৱা তিনিজন স্বাস্থ্য কর্মী ক্ৰমে ডাঃ এছ এম সিংহ, ফাৰ্মাচিষ্ট ৰেকিবুদ্দীন আহমেদ আৰু নাৰ্চ পদ্মাৰাণী সিনহা গুৰুতৰ ভাবে আহত হৈ চিকিৎসালয়ত ভৰ্তি হবলগীয়া হৈছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0