Home ৰাজ্যতল পৰিল ব্যৰ্থতা, অৱশেষত আৰক্ষীৰ জালত ঘাতক

তল পৰিল ব্যৰ্থতা, অৱশেষত আৰক্ষীৰ জালত ঘাতক

by News Desk
59 views
A+A-
Reset

মঙলদৈঃ অৱশেষত আৰক্ষীৰ জালত পৰিল দৰং জিলাৰ মেধিচাপৰিত মঙলবাৰে নিশা সংঘটিত হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্ত৷ শুকুৰবাৰে ৰাইজৰ সহযোগত এক অভিযান চলাই দৰং আৰক্ষীয়ে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ পৰা অভিযুক্ত লোহিত শইকীয়াক কৰায়ত্ত কৰে৷

উল্লেখ্য যে, ধৃত লোহিতে ছিপাঝাৰৰ হাজৰিকাপাৰাৰ কঢ়াপাৰা গাঁৱৰ কমলেশ্বৰ ডেকা ওৰফে বুল নামৰ যুৱকজনক ডিঙি কাটি হত্যা কৰি মৃতদেহ ব্ৰহ্মপুত্ৰ পানী যুৱঁলিত পেলাই দিছিল৷ পিছত প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে পানী যুঁৱলিত ডিঙি কাটি পেলাই থোৱা মৃতদেহটো প্ৰত্যক্ষ কৰাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0