91
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ভাৰ্জিনিয়াত সন্ত্ৰাসবাদীৰ আক্ৰমণ৷ দেশখনৰ সময় অনুসৰি পুৱা ৭ বজাত বেছবল অনুশীলন কৰা পথাৰত সংঘটিত হয় গুলীচালনা৷
এজন সাংসদক লক্ষ্য কৰি প্ৰায় ২০ জাই গুলিচালনা কৰে দুৰ্বৃত্তই৷ এই ঘটনাত সাংসদজনকে ধৰি ৫ জন লোক আহত হয়৷ গুলীচালনা কৰা দুবৃত্তক আটক কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷