73
ওদালগুৰিঃ ওদালগুৰি আৰক্ষীৰ অভিযানত জালত পৰিল এটি অখ্যাত বড়ো সংগঠনৰ তিনি সদস্য।
আৰক্ষীয়ে হৰিশিঙা আৰক্ষী থানাৰ অম্তৰ্গত হৰিশিঙাত কেইবাঘন্টা অভিযান চলাই নতুনকৈ আত্মপ্ৰকাশ কৰে অখ্যাত সংগঠন নেচনেল ফ্ৰিডম ফাইটাৰ অৱ বড়োলেণ্ড চমুকৈ এনএফএফবিৰ তিনি সদস্যক আটক কৰে।