47
লালুকঃ বানাক্ৰান্ত ৰাইজক চিকিৎসা সেৱাৰে সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়৷
লখিমপুৰ জিলাৰ নাওবৈচাৰ বানাক্ৰান্ত আহোম গাওঁ, গোসানীবাৰী, গেলাহাটী আৰু মিছিং গাঁৱৰ ৰাইজক আজি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে ঔষধো বিতৰণ কৰা হয়।