Home ৰাজ্যগোৰ্খা লিবাৰেচন আৰ্মীৰ লেফটেনেন্ট আটক

গোৰ্খা লিবাৰেচন আৰ্মীৰ লেফটেনেন্ট আটক

by News Desk
50 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ আসাম ৰাইফলচৰ অভিযানত জালত পৰিল গোৰ্খা লিবাৰেচন আৰ্মীৰ লেফটেনেন্ট ৰাজেশ লামা৷ ৰাজেশ লামাক শুকুৰবাৰে অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমাৰ জাগুণৰ ৰামপুৰ পাঁচ মাইলৰ পৰা আসাম ৰাইফলচে আটক কৰিবলৈ সক্ষম হয়৷

গোলাঘাট জিলাৰ ১ নং চুঙাজানৰ বাসিন্দা ৰাজেশ লামাক জালত পেলাবলৈ সেনাই দীৰ্ঘদিনধৰি চেষ্টা অব্যাহত ৰাখিছিল ৷ সেনাই ধৃত উগ্ৰপন্থীজনৰ পৰা এটা নাইন এম এম পিষ্টল, পাঁচ জাই সজীৱ গুলী, আসাম ৰাইফলচৰ এখন ভূৱা পৰিচয় পত্ৰ, ধনদাবী কৰা কেইবাজনো ব্যক্তিৰ নাম সম্বলিত মুঠ ৭৪ লাখ টকাৰ পেডত লিখা তালিকা, এটা মোবাইল ফোন সহ বহুতো আপত্তিজনক নথি পত্ৰ উদ্ধাৰ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0