66
লংকাঃ হোজাই জিলাৰ লংকাস্থিত ভাৰতীয় ষ্টেট বেংক অৱ ইণ্ডিয়াৰ লংকা শাখাত আজি দুপৰীয়া হঠাৎ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।
বেংকৰ শাখাটোত থকা থকা ৰান্ধনি ঘৰৰ চিলিণ্ডাৰৰ পৰা বেংকত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাত হুৱা-দুৱা লাগে গ্ৰাহক তথা বেংক কৰ্তৃপক্ষৰ মাজত।