Home ৰাজ্যনগাঁৱত হাতীৰ উপদ্ৰৱ,ভাঙিলে বহু ঘৰ

নগাঁৱত হাতীৰ উপদ্ৰৱ,ভাঙিলে বহু ঘৰ

by News Desk
262 views
A+A-
Reset

কামপুৰঃ নগাঁও জিলাত খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে৷ জিলাখনৰ কঠীয়াতলী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সমীপৰ লুংপুঙত দেওবাৰে নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই কেইবাটাও বাসগৃহ ভাঙি পেলোৱাৰ লগতে ঘৰৰ বহু মূল্যবান সামগ্ৰী ভাঙি চুৰমাৰ কৰে।

বন্যহস্তীৰ জাকটোৱে চাৰিটাকৈ বাসগৃহ, টিভিকে ধৰি বহু মূল্যবান সামগ্ৰী অনিষ্ট সাধন কৰে। ইফালে নাতি দূৰৈত থকা বন বিভাগক নিশাই খবৰ দিয়াৰ পাছতো বৰ্তমানলৈকে ঘটনাস্থলীত উপস্থিত হোৱা নাই বনবিভাগৰ কৰ্মী।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0