64
ডিজিটেল ডেস্কঃ পাকিস্তানৰ হাতত চেম্পিয়নছ ট্ৰফীত লজ্জাজনক পৰাজয়ৰ গ্লানি সহিব নোৱাৰি ৰেলৰ পৰা জপিয়াই আপোনঘাতী হ’ল এজন ভাৰতীয় সমৰ্থক৷
এই ঘটনা পিছে ভাৰতৰ নহয়৷ ভাৰতৰ পৰাজয়ৰ দুখত নিজকে হত্যা কৰা এই ঘটনা সংঘটিত হৈছে চুবুৰীয়া বাংলাদেশত৷