54
শুক্লাইঃ গোৰ্খালেণ্ডৰ দাবীত পশ্চিমবংগৰ দাৰ্জিলিং উত্তপ্ত হৈ হৈ থকাৰ সময়তে এইবাৰ গোৰ্খালেণ্ডৰ সমৰ্থনত উত্তপ্ত হোৱাৰ দিশে অসম।
আজি ওডালগুৰিৰ শুক্লাইত ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই এক সংবাদ মেল যোগে কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰক শীঘ্ৰে গোৰ্খালেণ্ডৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায়।