49
ধিংঃ এইবাৰ ভূ-মাফিয়াৰ ৰূপত মানৱ সম্পদ গঢ়াৰ খনিকৰ৷ দৰিদ্ৰ পৰিয়ালৰ ভূমিৰ মোহত পৰি পৱিত্ৰ শিক্ষা বৃত্তিটোক কলংকিত কৰাৰ অভিযোগ উঠিছে এগৰাকী টেট শিক্ষকৰ বিৰুদ্ধে।
নগাওঁ জিলাৰ ধিঙৰ জৰামাৰীত সংঘটিত হৈছে এই ঘটনা। জৰামাৰীৰ অতি দৰিদ্ৰ ৰহমত অালীৰ ঘৰ-বাৰী শিক্ষকৰূপী ভূ-মাফিয়া জাকিৰ হুছেইনে বেদখল কৰাৰ অভিযোগ উত্থাপন হৈছিল৷