62
নাওকাটাঃ গোৰেশ্বৰৰ নাওকাটাৰ আমতলত তীব্ৰবেগী যাত্ৰী বাহী বাছ দুৰ্ঘটনাত পতিত হৈ কেইবাজনো লোক গুৰুতৰভাবে আহত হয়।
জানিব পোৱা মতে বাক্সাৰ নাওকাটাৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS-12-A-3787 নম্বৰৰ ৰামকৃষ্ণ নামৰ বাছখন নাওকাটাৰ আমতলত বাগৰি পৰাৰ ফলত ৯ গৰাকী লোক গুৰুতৰভাবে আহত হয়৷