61
কোকৰাঝাৰঃ বিটিএডি অঞ্চলত কৰ্মৰত পশু চিকিৎসক সকলক অধিক সক্ৰিয় কৰাৰ স্বাৰ্থত আজি বিটিচি কৰ্তৃপক্ষই চিকিৎসকসকলক একোখনকৈ মটৰ চাইকেল প্ৰদান কৰে৷
চিকিৎসকসকলে গাঁৱৰ ভিতৰলৈ গৈ পশু চিকিৎসা সম্পৰ্কীয় সেৱা আগবঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি বিটিচিৰ জিলা আৰু মহকুমা পৰ্য্যায়ৰ দহগৰাকী পশু চিকিৎসকলৈ দহখন মটৰ চাইকেল বিতৰণ কৰা হয়৷