টংলাত সুকীয়া ৰাজ্যৰ দাবীত গোৰ্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিবাদ

Home ৰাজ্যটংলাত সুকীয়া ৰাজ্যৰ দাবীত গোৰ্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিবাদ

টংলাত সুকীয়া ৰাজ্যৰ দাবীত গোৰ্খা আৰু বড়ো জনগোষ্ঠীৰ প্ৰতিবাদ

by News Desk
91 views
A+A-
Reset

ডিমাকুছিঃ পৃথক ৰাজ্যৰ দাবীত গোৰ্খা আৰু বড়ো জনগোষ্ঠীয়ে কৰিলে একেলগে প্ৰতিবাদ৷ বডোলেণ্ডৰ আৰু গোৰ্খালেণ্ডৰ দাবীত প্ৰতিবাদত নামিল দুটা জনগোষ্ঠী৷ সুকীয়া বড়োৰাজ্যৰ দাবীত তিনিটা দশক ধৰি বড়ো জনগোষ্ঠীয়ে সংগ্ৰাম কৰি আহিছিল যদিও এইবাৰ বড়ো জনগোষ্ঠীৰ সংগ্ৰামত সহযোগ কৰিব ৰাজ্যৰ গোৰ্খাসকলে৷

গোৰ্খা জনগোষ্ঠীৰ সমৰ্থনত আজি ভেৰগাওঁ মহকুমাৰ টংলাতে জোঁৰ সমদল উলিযায় পৃথক বড়ো ৰাজ্য দাবী জনায় সমিতিয়ে। এবছু, পিজেএচিবিএম আৰু এনডিএফবি(প্ৰ)ৰ নেতৃত্বত উলিওৱা এই সমদলত কেইবা হেজাৰ প্ৰতিবাদকাৰীয়ে আমাক বড়োলেণ্ড লাগিবই, বড়োলেণ্ড আমাৰ ন্যায্য দাবী, গোৰ্খালেণ্ড আমি সমৰ্থন কৰো ইত্যাদি শ্ল’গান প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0