98
ৰঙিয়াঃ ৰঙিয়া আৰক্ষীৰ অভিযানত জালত পৰিল চাৰি বেংক ডকাইত৷ বেংক ডকাইতি কাণ্ডৰ সৈতে জড়িত চাৰি ডকাইতক বাক্সা জিলাৰ গুৱাকুছিৰ পৰা ৰঙিয়া আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
ৰঙিয়া আৰক্ষীয়ে বাক্সা আৰক্ষীৰ সহযোগত শুকুৰবাৰে নিশা বাক্সা জিলাৰ গুৱাকুছি গাঁৱত অভিযান চলাই৷ গাঁও খনৰ ডকাইটি কাণ্ডৰ সৈতে জড়িত ৰেজেক আলী নামৰ যুৱকজনক আটক কৰিবলৈ সক্ষম হয়।