65
ডিজিটেল ডেস্কঃ ধৰা পৰিছে জেহাদৰ দিশে ঢাল খাই বিপথগামী হোৱা যুৱক-যুৱতী। পাৰ চৰাইৰ দৰে সৰ্বত্ৰ নিৰীক্ষণ কৰি বিপথগামীক চিনাক্ত কৰিছে কেৰালাৰ আৰক্ষীয়ে।
আইছিছত শতাধিক উদীয়মানে যোগ দিয়াৰ পিছত ৰাজ্যখনত আৰক্ষীয়ে চলাইছে অপাৰেছন পিজন। জনতাৰ সহযোগিতাত আৰম্ভ কৰা অভিযান বহুলাংশে সফল।