79
কোকিলাঃ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ বেছিমাৰীত আছে এজোপা প্ৰকাণ্ড গছ। গছজোপাৰ বয়স ১১০ বছৰ বুলি দাবী কৰিছে স্থানীয় ৰাইজে।
ৰাতি মৰা গছ নাম দিয়া শতিকা গৰকা এই গছজোপাকলৈ এতিয়া কৌতূহলৰ অন্ত নাই অঞ্চলটোৰ বাসিন্দাসকলৰ। বিজ্ঞান-প্ৰযুক্তিৰ চৰম উন্নতিৰ পিছতো অঞ্চলটোৰ অধিকাংশ লোকে গছজোপাত এক অলৌকিক ক্ষমতা আছে বুলি বিশ্বাস কৰি আহিছে।