70
চাবুৱাঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত তথা চৰকীৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে ডিব্ৰুগড় জিলাৰ চাবুৱা বালিজান চাইডিংঙত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে।
জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱাত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে ৰাজপথলৈ ওলাই আহে৷