পেৰিছ জলবায়ু চুক্তিঃ ট্ৰাম্পক সকীয়নি ষ্টিফেন হ’কিঙৰ

Home বিশ্বপেৰিছ জলবায়ু চুক্তিঃ ট্ৰাম্পক সকীয়নি ষ্টিফেন হ’কিঙৰ

পেৰিছ জলবায়ু চুক্তিঃ ট্ৰাম্পক সকীয়নি ষ্টিফেন হ’কিঙৰ

by News Desk
83 views
A+A-
Reset

ডিজিটেল ডেস্কঃ পেৰিছ জলবায়ু চুক্তিৰ পৰা আমেৰিকাৰ নাম প্ৰত্যাহাৰ পৃথিৱীৰ বাবে এক ভয়ংকৰ ভৱিষ্যতৰ আগজাননী। আজি এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে বিশ্ব বিশ্ৰুত বিজ্ঞানী ষ্টিফেন হ’কিং-এ।

বি বি চি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিজ্ঞানীজনে জলবায়ু পৰিৱৰ্তনে পৃথিৱীৰ ভৱিষ্যতলৈ কঢ়িয়াই অনা সংকট সম্পৰ্কে উদ্বেগ পৰকাশ কৰি কয় যে,  ‘আমি এতিয়া এনে এক বিন্দুত উপনীত হৈছো য’ত গোলকীয় উষ্ণতা বৃদ্ধিয়ে এক অপৰিৱৰ্তনীয় অৱস্থা লাভ কৰিছে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বাৰা জলবায়ু পৰিৱৰ্তন অস্বীকাৰ আৰু পেৰিছ জলবায়ু চুক্তিৰ পৰা নাম প্ৰত্যাহাৰৰ সিদ্ধান্তই  ভূ-গ্ৰহটিক ভয়ংকৰ বিপদলৈ ঠেলি দিব । ইয়ে পৃথিৱীক শুক্ৰ গ্ৰহৰ দৰে অতিশয় উষ্ণ আৰু ছালফিউৰিক এছিডৰ বৰষুণ হোৱা গ্ৰহলৈ ৰূপান্তৰিত কৰাৰ সম্ভাৱনা আছে ।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0