70
ডিজিটেল ৰিপ’ৰ্টঃ নিৰ্দিষ্ট লক্ষ্য আৰু প্ৰতিভা থাকিলে জীৱনত সফলতা নিশ্চিত। এই কথাষাৰক সত্য প্ৰমাণিত কৰিছে নলবাৰীৰ মিতু ৰয় কলিতাই। নলবাৰীৰ জীয়ৰী মিতু এতিয়া ভৱানীপুৰৰ বোৱাৰী।
বিবাহৰ পূৰ্বৰে পৰা তেওঁৰ ফেশ্যন আৰু নৃত্যত খুবেই ৰাপ আছিল। পিছে সময়-সুবিধাৰ বাবে তেওঁ আগবাঢ়িব পৰা নাছিল।