123
গুৱাহাটীঃ ১১সংখ্যক মৃত্যুবাৰ্ষিকীত শিল্পী ঈশান বৰুৱাক সুঁৱৰিবলৈ আয়োজন কৰা হৈছে ‘কবিতাৰে সোঁৱৰিছো তোমাৰ কণ্ঠক’ শীৰ্ষক অনুষ্ঠান।
ঈশান বৰুৱা স্মৃতি ৰক্ষা গোষ্ঠী, ঈশান বৰুৱাৰ পৰিয়াল অাৰু অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ৬ জুলাইত অনুষ্ঠিত হ’ব এই বিশেষ অনুষ্ঠান।