52
বাঘবৰঃ বাঘবৰৰ বিধায়কক বিচাৰি হায়ৰাণ সমষ্টিৰ জনসাধৰণ৷ বহুবল্কী বিধায়ক শ্বেৰমান আলী আহমেদক বিচাৰি ৰাইজে হাবাথুৰি খাইছে যদিও বিধায়কগৰাকীৰ ছাঁ টোকে দেখা নাই ৰাইজে৷
বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ প্ৰায় শতাধিক গাওঁ বানৰ কবলত পৰিছে যদিও বিধায়ক শ্বেৰমানে খৱৰ নোলোৱাৰ অভিযোগ উঠিছে । ব্ৰহ্মপুত্ৰ নদী আৰু বেঁকী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বাঘবৰ ৰাজহ চক্ৰৰ শতাধিক গাঁও।