Home ৰাজ্যৰাজ্যত চলিছে আমোলাৰ চৰকাৰ, ৪ সংগঠনৰ অভিযোগ

ৰাজ্যত চলিছে আমোলাৰ চৰকাৰ, ৪ সংগঠনৰ অভিযোগ

by News Desk
51 views
A+A-
Reset

যোৰহাট/মৰিয়নীঃ যোৰহাট জিলাৰ বাটে-ঘাটে এতিয়া আনটাইদ ফাণ্ড কেলেংকাৰীৰ চৰ্চা ৷ বজাৰ, তিনিআলি সকলোতে সৰৱ চৰ্চা আনটাইদ ফাণ্ড কেলেংকাৰীৰ৷ তদন্তই নতুন মোৰ লোৱাত যোৱা দুদিনত যোৰহাট জিলাৰ বিভিন্ন দল-সংগঠন ব্যক্তি বিশেষে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছে।

এই কেলেংকাৰী সন্দৰ্ভত যোৰহাটৰ আৰক্ষী আৰু মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী শাখাই তদন্ত চলাই থকা সময়তে ৫ টা গোচৰ চি আই ডি লৈ হস্তান্তৰ কৰাক লৈ কিছু লোকে মূখ্যমন্ত্ৰীক সমালোচনাও কৰিছে। অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান এম আগৰৱালা সাক্ষৰিত পত্ৰৰ জৰিয়তে যোৰহাট সদৰ থানাত পঞ্জীভূক্ত ৩৫৭/১৫, ১৯০১/১৫, ২৫২৩/১৬, ৮৭৫/১৭ আৰু ১৩৭১/১৭ নম্বৰ গোচৰ কেইটা চি আই ডি লৈ হস্তান্তৰ কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0