বানাক্ৰান্তৰ খবৰ নল’লে মহন্তই, ক্ষোভিত কামপুৰবাসী

Home ৰাজ্যবানাক্ৰান্তৰ খবৰ নল’লে মহন্তই, ক্ষোভিত কামপুৰবাসী

বানাক্ৰান্তৰ খবৰ নল’লে মহন্তই, ক্ষোভিত কামপুৰবাসী

by News Desk
65 views
A+A-
Reset

বাহাকাবাৰীঃ প্ৰায় ১৫ দিনৰ মূৰকত ক্ৰমান্বয়ে হ্ৰাস পাবলৈ লৈছে নগাঁও জিলাৰ নিশাৰী নৈৰ জলস্তৰ৷ নেৰা-নেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা নৈখনৰ পানীয়ে যোৱা প্ৰায় ১৫ দিন ধৰি বিভিন্ন ঠাই বুৰাই পেলােৱাৰ ফলত কামপুৰৰ ৰাইজ ব্যাপক সমস্যাত পৰে৷

বহু লোকে বানৰ ফলত খাদ্যৰ অভাৱক পৰাৰ লগতে পশুধনো খাদ্য-চিকিৎসাৰ অভাৱত পৰিবলগীয়া হয়। নিশাৰীৰ বানে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো বানাক্ৰান্ত লোকসকলৰ খ-খবৰ নোলোৱাৰ অভিযোগ উঠিছে বিধায়ক প্ৰফুল্ল কুমাৰ মহন্ত তথা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0