66
বিহগুৰিঃ শোণিতপুৰ জিলাৰ ঠেলামৰাৰ বেলশিৰিস্থিত হোটেল পাঞ্জাৱত বহু দিনৰ পৰা অবৈধ সুৰাৰ ব্যৱসায় চলি থকাৰ মাজতে আজি হোটেলখনত প্ৰশাসনে অভিযান চলাই সুৰা উদ্ধাৰ কৰবলৈ সক্ষম হয়৷
দীৰ্ঘদিনৰ পৰা হোটেলখনত অবৈধ মদৰ ব্যৱসায় চলাই থকাৰ অভিযোগ উত্থাপন হৈ আহিছিল যদিও প্ৰশাসনে গুৰুত্ব আৰোপ কৰা নাছিল৷