61
নগাওঃ নগাও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত কাৱৈমাৰীত উত্তৰ-পূৱ নগাও হজ সম্বৰ্ধনা সমিতিৰ উদ্যোগত অহা ১৪ জুলাইৰ পৰা তিনিদিনীযা কাৰ্য্যসূচীৰে হজ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হব ৷
১৪ জুলাইৰ পুৱা ৮ বজাত উত্তৰ-পূৱ নগাও হজ সম্বৰ্ধনা সমিতিৰ সভাপতি মৌলানা মহম্মদ চামছুল ইছলামে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভৰাম্ভ কৰিব৷