63
ডিজিটেল ডেস্কঃ জল প্ৰলয়ৰ ফলত ৰাজ্যৰ পৰ্যটনস্থলী বিধ্বস্ত হোৱাৰ পৰতে সপোনৰ জখলাৰে বগাইছে পৰ্যটনৰ ব্ৰেণ্ড এম্বেছাডৰ।
অসমৰ পৰ্যটন খণ্ডৰ প্ৰতি দেশী-বিদেশী লোকক আকৰ্ষণ কৰিবলৈ চৰকাৰে দায়িত্ব দিয়া ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই আৰম্ভ কৰিছে তৃতীয়খন হলিউডী ছবিৰ শ্বুটিং।