79
ডিজিটেল ডেস্কঃ জেৰুজালেমত আৰক্ষীৰ ওপৰত আক্ৰমণ আততায়ীৰ৷চহৰখনৰ ধৰ্মীয় স্থানত শুকুৰবাৰে আৰক্ষীক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে আততায়ীয়ে৷ পুৱা প্ৰায় ৭বজাত সংঘটিত হয়এই ঘটনা৷
এই আক্ৰমণত কেইবাজনো সাধৰণ লোক আহত হোৱা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ আনহাতে এই আক্ৰমণৰ উচিত প্ৰতুত্যৰ দিয়ে আৰক্ষীয়ে৷ সুৰক্ষা বাহিনীক প্ৰতুত্যৰত নিহত হয় ৩আততায়ী৷