63
আগমনিঃ ভাৰত-বাংলাদেশ সীমান্তক লৈ হঠাৎ তৎপৰ হৈ পৰিছে ধুবুৰী জিলা প্ৰশাসন। সীমান্তৰ এটি ভিডিঅ’ ভাইৰেল হোৱাৰা পিছতে এনেদৰে তৎপৰ হৈ পৰে জিলা প্ৰশাসন।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে, কাইটীয়া তাঁৰৰ বেৰৰ ওপৰত তক্তা লগাই একাংশ লোকে বাংলাদেশলৈ গৰুৰ চোৰাং সৰবৰাহ কৰাৰ লগতে মানুহৰো আহ-যাহ কৰাই গৈছে।