60
বাহাকাবাৰীঃ পথটোত চেন্দেল নিপিন্ধাকৈ খোজকাঢ়ে মানুহে৷ পথটোত বহু স্থানীয় লোকে খোজকাঢ়ি আহ-যাহ কৰি আছে যদিও পিন্ধা নাই চেন্দেল৷ পাছত ৰহস্যৰ উদঘাটন হ’ল৷
পথটোৰ বোকাত কেইবাজনো লোকৰ চেন্দেল সোমাই যোৱাত লাজে-অপমানে হাতত লৈ ঘৰলৈ আহিব লগা হোৱা বাবে বজাৰ সামৰৰ বাবে ওলাই অহা লোকসকলে ভৰিত চেন্দেল নিপিন্ধাকৈ আহে৷ সেই পথটোৰে এবাৰ যাতায়াত কৰিলে দুনাই আহিব নোখোজে মানুহ৷