56
অভয়াপুৰীঃ অভয়াপুৰীৰ দেওঁহাটী-চেনীখোৱা গড়কাপ্তানি পথৰ দাতিৰ পুখুৰীত আজি এটি পুৰুষৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় অঞ্চলটোত৷
পথৰ দাতিৰ এটি পৰিত্যক্ত পুখুৰীত উদ্ধাৰ হোৱা মৃতদেহটো দেওহাটী ভাটিপাৰাৰ তৰুণ ৰায় বুলি চিনাক্ত কৰে আৰক্ষীয়ে।