58
তুলসীবাৰীঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰে মোদীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আহিছে যদিও কেন্দ্ৰীয় চৰকাৰৰ বিষয়া-কৰ্মচাৰীয়ে মোদীৰ কথা মতে কাম কৰিছেনে?
তথ্য আৰু প্ৰযুক্তিৰ সদ-ব্যৱহাৰেৰে আজি পৃথিৱীখন দ্ৰুত গতিত আগবাঢ়িছে৷ কম সময়ৰ ভিতৰত মানুহে বেছি কাম কৰিব পৰা হৈছে৷