58
কাকপথাৰঃ কাকপথাৰৰ থানা চাৰিআলিত আজি দিনৰ দুই বজাত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷
জানিব পৰা মতে, ডুমডুমা দিশৰ পৰা লাজুম পথাৰ অভিমুখে আহি থকা AS-06-P-0266 নম্বৰৰ গ্লেমাৰ বাইক আৰোহী আৰু AS-23-H-1889 নম্বৰৰ চুপাৰ স্প্লেণ্ডাৰ বাইক আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ লাগে৷ ফলত বাইক আৰোহী কিৰণ ডাঙৰীয়া, দিপুল মহন্ত, তনুৰাম শইকীয়া গুৰুতৰভাৱে আহত হয়৷