71
কোকৰাঝাৰঃ বিটিএডিৰ চাৰি জিলাৰ পৰা এইবাৰ প্ৰায় শতাধিক হজ যাত্ৰীৰ দল এটাই হজৰ বাবে প্ৰয়োজনীয় বিষয়সমূহৰ ওপৰত প্ৰশিক্ষণ লৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে ৷
পৱিত্ৰ হজ’লৈ ৰাওনা হবলগীয়া হজযাত্ৰীৰ দলটোক বিপিএফৰ সংখ্যালঘু কোষৰ সহযোগত বিপিএফ দলে সম্বৰ্ধনা জনাবলৈ এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে ৷