75
মুকালমুৱাঃ এজন মানুহক সাঙীত উঠাই দুজন লোকে কান্ধত লৈ পথেৰে তীব্ৰ বেগে খোজকাঢ়িছে৷ সাঙী কান্ধত লোৱা লোক দুজনক যেন পিছফালৰ পৰা বাঘেহে খেদিছে৷
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত পৃথিৱীখনৰ দ্ৰুত উন্নয়ন হৈছে যদিও হঠাৎ মানুহ সাঙীত কিয় উঠিল৷ মানুহ এতিয়া দুচকীয়া চাৰিচকীয়া বাহনত উঠিহে ভ্ৰমণ কৰে৷ সাঙীত উঠা দিন নাই৷