84
ডিফুঃ ডিফুৰ প্ৰখ্যাত গেলেক্সী চিনেমা হলত আজি হঠাৎ বাজি উঠিল মৃত্যুৰ গান। চিনেমা হলটোৰ পৰ্দাত দেখুওৱা কোনো হিন্দী বোলছবিত নহয়। বাস্তৱত বাজি উঠিল এই গান।
প্ৰাপ্ত বাতৰি মতে, চিনেমা হলটোত পুৱাৰ ভাগত চিপ লৈ আত্মহত্যা কৰে এজন চাফাই কৰ্মচাৰীয়ে। এই চাফাই কৰ্মচাৰীজন হৈছে মঙল চিং ক্ৰ’।