97
গোৰেশ্বৰঃ নেচনেল ফ্ৰিডম ফাইটাৰ অব বড়োলেণ্ড নামৰ অজ্ঞাত সংগঠন এটাৰ সদস সদস্য বিগৰাই দৈমাৰী (১৮ ) আজি আজি বিয়লি আৰক্ষীৰ জালত পৰে।
বাগসা জিলাৰ গোৰেশ্বৰৰ বৰকচুলাৰ পৰা আটক কৰা হয় সদস্যজনক। বাগসা আৰক্ষীৰ ডিএছপি কংকনজ্যোতি নাথ আৰু গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেৰম্ব গোস্বামীৰ নেতৃত্বত গোপন সূত্ৰৰ পম খেদি আটক কৰা হয় যুবকজনক।