64
নগাঁওঃ নগাঁৱৰ ৰূপহীহাটত দেওবাৰে সংঘটিত গুলীচালনাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আজি পুনৰাই গেৰুৱাটিত দুৰ্বৃত্তৰ গুলrত নিহত হয় এজন লোক৷
নিহত লোকজন গৰেমাটিখোৱাৰ জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে৷ ডকাইতি, হত্যা, গাড়ী চোৰকে ধৰি বহুকেইটা অপৰাধমূলক কাৰ্যৰ সৈতৈ জড়িত আছিল জিয়াবুৰ৷