66
কোকৰাঝাৰঃ চিকিৎসকৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে বেজৰ কাষ চপাৰ বাবেই কোকৰাঝাৰত পুনৰাই এগৰাকী মহিলা মৃত্যমুখত পৰিছে।
কোকৰাঝাৰ সদৰ চহৰৰ হাব্ৰুবাৰী থুলুংগাপুৰীৰ সুশীলা ব্ৰহ্মক বিষাক্ত ফেঁটী সাপে দংশন কৰাত পৰিয়ালৰ সদস্যই চিকিৎসালয়লৈ নিয়াৰ পৰিৱৰ্তে চিকিৎসাৰ বাবে বেজৰ ওচৰলৈ নিয়াৰ পৰিণতিতে দুৰ্ভাগ্যজনকভাৱে মহিলাগৰাকীয়ে কৰুণ মৃত্যুক আকোঁৱালি লয় ।