3
ডিজিটেল ডেস্কঃ যুগ্মজীৱনৰ মায়াময় আৱেশৰ মাজত স্বামীক ৰোমাণ্টিক বুলিয়েই চেনেহ কৰিছিল এগৰাকী মহিলাই। লণ্ডনৰ এইগৰাকী নাৰীৰ বাবে পতিয়েই আছিল জীৱনৰ সৰ্বস্ব।
সংসাৰক লৈ ব্যস্ত মহিলাগৰাকীয়ে ক্ৰুটি কৰা নাছিল স্বামীক সন্তুষ্ট কৰিবলৈ। সুখেৰে চলি আছিল দুয়োৰে সংসাৰ। পিছে অলপতে ইণ্টাৰনেটে ভংগ কৰিলে দুয়োৰে মাজৰ বিশ্বাস।