64
ডিজিটেল ডেস্কঃ দলত থাকিলে এৰিব লাগিব ধৰ্ম, নহ’লে সন্মুখীন হ’ব লাগিব শাস্তিৰ৷ এই ঘোষণা চীনৰ কমিউনিষ্ট পাৰ্টীৰ৷
গ্লোবেল টাইমছত প্ৰকাশ হৈছে এই কথা৷ যদি কোনো সদস্যই ধৰ্মীয় নীতি-নিয়ম মানে তেন্তে সন্মুখীন হ’ব লাগিব কঠোৰ শাস্তিৰ৷ কঠোৰ মাৰ্ক্সবাদী হ’ব লাগিব শাসনাধিষ্ঠিত দলটোৰ সদস্যসকল৷