Home ৰাজ্যকৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৰঙিয়াৰ ৰীমাই আগবঢ়ালে বিয়াৰ বাবে জমা কৰা ধন

কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ৰঙিয়াৰ ৰীমাই আগবঢ়ালে বিয়াৰ বাবে জমা কৰা ধন

by News Desk
A+A-
Reset
biya toka

ৰঙিয়াঃ কৰ’না ভাইৰাছক পৰাভূত কৰিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্যৰে ৰাজ্য চৰকাৰসমূহে। এইক্ষেত্ৰত চৰকাৰক সহযোগ কৰিবলৈ সামৰ্থ্যৱানসকলে PM Cares Fundলৈ সাধ্যানুযায়ী দান-বৰঙণি আগবঢ়াইছে। ৰাজ্য চৰকাৰসমূহৰ সাহায্য পুঁজিলৈকো যিয়ে যেনেকৈ পাৰে তেনেকৈ সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে। ইয়াৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াৰ পৰা আহিছে সহায় আগবঢ়োৱাৰ এটি বিশেষ খবৰ।

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ এগৰাকী কলেজীয়া ছাত্ৰী ৰীমা ঘোষ। আন বহুতৰ দৰে ৰীমায়ো ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত আসম আৰোগ্য নিধিলৈ আগবঢ়াইছে ১ লাখৰো অধিক টকা। কেইহাজাৰ বা কেইলাখ টকা আগবঢ়াইছে তাৰ বাবে এই খবৰ বিশেষ নহয়। এই খবৰ বিশেষ হোৱাৰ পিছত আছে আন এক কাৰণ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0