Home ৰাজ্যঢেকীয়াজুলিত আছাৰ অনশন প্ৰত্যাহাৰ

ঢেকীয়াজুলিত আছাৰ অনশন প্ৰত্যাহাৰ

by News Desk
88 views
A+A-
Reset

ঢেকীয়াজুলিঃ অসমত বিগত নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে প্ৰতিশ্ৰুতি দিছিল  যে ৰাজ্যৰ আদিবাসী তথা চাহ জনগোষ্ঠীয় লোকসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে তেওঁলোকে কাম কৰিম ৷ জনজাতিকৰণ, চাহশ্ৰমিকসকলক মালিক পক্ষৰ শোষণৰ পৰা মুক্তি, মজুৰি বৃদ্ধি কৰা আদি আছিল দলটোৰ প্ৰতিশ্ৰুতি৷

নিৰ্বাচনৰ পিছত ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হ’ল, চৰকাৰখনে প্ৰায় ডেৰ বছৰ কাল ৰাজত্ব কৰিছে কিন্তু প্ৰতিশ্ৰুতি পূৰণৰ প্ৰচেষ্টা শূন্য৷ এনেদৰেই বিজ্ঞপ্তি প্ৰদান কৰি  অহিংসাৰ পূজাৰী মহাত্মাৰ প্ৰতিচ্ছবি সন্মুখত লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই ছহীদ নগৰী ঢেকীয়াজুলিত কেন্দ্ৰীয়ভাবে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকাকৈ কৰাৰ দাবীত অামৰণ অনশনত বহিছিল ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0